মৰিগাঁও জাগীৰোড শিলভঙাত দখলীকৃত চৰকাৰী ভূমি উদ্ধাৰ

মৰিগাওঁ শিলভঙাত দখলমুক্ত কৰা হয় বহু পৰিমাণৰ চৰকাৰী ভূমি । চৰকাৰী ভূমি দখলমুক্ত কৰা পৰা মৰিগাঁও জিলা প্ৰশাসনে অভিযান চলাই উদ্ধাৰ কৰা লগতে অভিযান কালত উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ উপৰিও আৰু বহু উচ্চপদস্থ বিষয়ববীয়াসকল । অভিযানৰ কালৰ প্ৰাকক্ষণত জিলা প্ৰশাসনে দখল কৰি থকা লোকসকলৰ আহ্বান জনোৱাত অধিকাংশই লোকে শান্তিপূৰ্ণভাৱে প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাত প্ৰশাসনে উচ্ছেদৰ বাবে কোনোধৰণৰ বাহিনী বা শক্তি প্ৰয়োগ কৰিব লগা নোহোৱাত শান্তি পূৰ্ণভাবে চৰকাৰী দখলকৃত মাটি উদ্ধাৰ অভিযান চলায় ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment