মৈৰাবাৰীৰ শলমাৰী গাঁৱৰ এগৰাকী বৃদ্ধা মহিলা নিৰুদ্দেশ

সোমবাৰে ৰাতিপুৱা ৪ মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে ৰেজিয়া খাতুন নামৰ ৬৫ বছৰীয়া বৃদ্ধা মহিলা।
বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনো সন্ধান পোৱা নাই মহিলা গৰাকীৰ।
অৱশেষত ভেলৌগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৰেজিয়া খাতুনৰ পুত্ৰই।
কোনো সদাশয় ব্যক্তিয়ে যদি কোনো সন্ধান পায় তেন্তে ৯৭০৭৩৫৯৩৮২ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালে ৰেজিয়া খাতুনৰ পুত্ৰই।

মহিলা জনীৰ বিৱৰণ
নাম:ৰেজিয়া খাতুন।
বয়স:৬৫
বৰণ :বগা।
পিন্ধনত নীলা ৰঙৰ শাৰী।
উচ্চতা:অনুমানিক ৫ ফুট।
চুলি:মধ্যমীয়া দীঘল।
গাঁও :শলমাৰী, ডাকঘৰ :দলৈগাঁও,
থানা :ভেলৌগুৰি,
জিলা :- মৰিগাঁও, অসম ।
ডাক সূচক :- ৭৮২১২৬

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment