দীপিকাৰ নতুন ইনিংছ

অভিনয় নহলেও পৰিচালনাই হওক। সেই কথাত সুখী দীপিকা পাডুকন। সেইবাবেই তেওঁ ৭৭ সংখ্যক ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ড ২০২৪ (বাফটা)ৰ পৰিচালক হ’ব । ১৮ তাৰিখে অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান। ভাৰতে পিছদিনা চাব পাৰিব। দীপিকাক সংগ দিব হলিউডৰ তাৰকা যেনে ডেভিড বেকহাম, কেট ব্লেংকেট, দুয়া লিপা।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment