পুনৰ কংগনা-মাধৱন একেলগে

হিট ছবি ‘তনু ৱেডছ মানু’, ‘তনু ৱেডছ মানু ৰিটাৰ্ণছ’ৰ পিছত সকলোৱে আশা কৰিছিল তৃতীয়খন ছিকুৱেলৰ। হয়তো এইবাৰ সেয়াই হ’ব। সোমবাৰে সন্ধিয়া আৰ মাধৱন আৰু কংগনা ৰানাৱটে একেলগে ছবিখনৰ চিত্ৰনাট্য পঢ়ে। সেই ছবিখন তেওঁলোকে শ্বেয়াৰো কৰিছিল। লগে লগে বলিউডৰ ‘কুইন’ৰ তৃতীয়খন ছিকুৱেলৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হ’ল।

Comments (0)
Add Comment