Daily Time Axom

হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত অধিক গুৰুত্ব দিছে ভাৰতে

0 30

হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘক ১১.৬০ বিলিয়ন ডলাৰ দিছে। ভাৰতৰ স্থায়ী মিছন টু দ্য ৱৰ্ল্ড অৰ্গেনাইজেচন ‘চাৰ্জ দ্য ফিয়াৰ্ছ’ৰ আৰ ৰবীন্দ্ৰই ৰাষ্ট্ৰসংঘৰ গ্ল’বেল কমিউনিকেশ্যন ডিভিজনৰ বাতৰি আৰু মিডিয়া বিভাগৰ সঞ্চালক ইয়ান ফিলিপছক চেকখন অৰ্পণ কৰে। ভাৰতীয় মিছনে কয় যে ৰাষ্ট্ৰসংঘৰ নিয়মীয়া আৰু বিশেষ শান্তিৰ বাজেটত যি হিচাপ দিয়া হৈছে তাৰ উপৰিও এই সাহায্যৰ লক্ষ্য হৈছে গ্ল’বেল কমিউনিকেচন বিভাগত হিন্দী ভাষাৰ বাতৰি আৰু মাল্টিমিডিয়া কন্টেন্ট মূলসূঁতিলৈ অনা।

Leave A Reply

Your email address will not be published.