Daily Time Axom

ফিনলেণ্ডে প্ৰথম বাৰ্ড ফ্লুৰ ভেকচিন প্ৰদান কৰিবলৈ ওলাইছে মানুহক

0 31

ফিনলেণ্ড বিশ্বৰ প্ৰথমখন দেশ হ’বলৈ গৈ আছে যিয়ে মানুহক বাৰ্ড ফ্লুৰ প্ৰতিষেধক প্ৰদান কৰিব। জীৱ-জন্তুৰ সংস্পৰ্শলৈ অহা একাংশ শ্ৰমিকক অহা সপ্তাহত টিকাকৰণ কৰা হ’ব।
নৰ্ডিক দেশখনে ১০ হাজাৰ নাগৰিকৰ ভেকচিন ক্ৰয় কৰিছে। প্ৰতিটোতে দুটাকৈ বেজী থাকে। ইউৰোপীয় সংঘৰ যৌথ ক্ৰয়ৰ অংশ হিচাপে চি এছ এল চেকুইৰাছে ১৫খন দেশৰ বাবে ৪ কোটি ড’জ ভেকচিন উৎপাদন কৰিছে।

Leave A Reply

Your email address will not be published.