Daily Time Axom

মৈৰাবাৰীত এক অচিনাকি মৃতদেহ উদ্ধাৰ

0 35

মৈৰাবাৰীত এক অচিনাকি মৃতদেহ উদ্ধাৰ।

মৃতদেহটো মৈৰাবাৰী মৰিগাঁও গড়কাপ্তানী পথৰ কাষতে পৰিথকা অৱস্থাত প্ৰত্যেক কৰে স্থানীয় ৰাইজে।

জানিব পৰা মতে ৰাতিপুৱা দশটা বজালৈকে ইয়াত কোনো মৃতদেহ নাছিল যদিও হঠাতে এনেদৰে মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চল জুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বৰ্তমান সময়লৈকে উদ্ধাৰ হোৱা নাই মৃতব্যক্তিজনৰ পৰিচয়।

ৰাইজে মৈৰাবাৰী আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.