Daily Time Axom

উত্তৰ পূৰ্ব্বাঞ্চলত ভিতৰত CBSC ত সৰ্বাধিক ৯৯% শতাংশ নম্বৰ লাভ কৰি উত্তৰ গুৱাহাটীলৈ গৌৰৱ কঢ়িয়াই আনিলে দেৱৰ্শী কাকতি বৰাই

0 31

সদ্যঘোষিত ২০২৪ ৰ CBSCৰ দ্বাদশ শ্ৰেণীৰ ( কলা শাখা ) পৰীক্ষাত ৯৯% লাভ কৰে উত্তৰ গুৱাহাটীৰ দেৱৰ্শী কাকতি বৰাই।
উত্তৰ পূৰ্ব্বাঞ্চলত ভিতৰত সৰ্বাধিক ৯৯% শতাংশ নম্বৰৰে প্ৰথম স্থান লাভ কৰে বৰাই।
বৰাই উত্তৰ গুৱাহাটীৰ ফেকাল্টি হায়াৰ ছেকেণ্ডাৰীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
উল্লেখ্য যে বৰাই বিগত মে মাহত ঘোষিত চিবিএছচি পৰীক্ষাৰ ফলাফলত ৯৭% শতাংশ পাইছিল।
ইংৰাজীৰ বহি পুনৰ পৰীক্ষণ কৰি পূৰ্বৰ ৮৭ ৰ পৰিবৰ্তে ৯৭ নম্বৰ পাবলৈ সক্ষম হৈ ৯৯ শতাংশ নম্বৰ লাভ কৰিউত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এনেদৰে প্ৰথম স্থান লাভ কৰে ।
উল্লেখ্য ২৭ জুনত এই ফলাফল ষোষণা কৰাৰ পিছতে ৰাজ্যপালে বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.