Daily Time Axom

বেংগালুৰুত সন্ধানহীন বিলাসীপাৰাৰ যুৱক

0 29

দুমাহ অতিক্ৰম হ’ল সন্ধান নাই বিলাসীপাৰাৰ যুৱক ভোলা হালদাৰ।

ঘটনা বিৱৰণী মতে বিলাসীপাৰা চহৰৰ ১১ নং ৱাৰ্ডৰ নিমাই হালদাৰ আৰু কনকলতা হালদাৰ পুত্ৰ ৪৪ বছৰীয়া ভোলা হালদাৰক শিমল পাল নামৰ যুৱকজনৰ লগত কৰ্মসূত্ৰে বেংগালুৰুত লৈ যায়।

য়োৱাৰ পিছত শিমল পাল ঘৰলৈ উভতি আহে কিন্তু উভতি নাহিল ভোলা হালদাৰ।
পৰিয়ালৰলোকে বহু সন্ধান কৰে যদিও নিৰুদ্দেশ হৈ আছে ভোলা হালদাৰ।
পিছত পৰিয়ালৰলোকে বিলাসীপাৰা আৰক্ষী থানাত এজাৰৰ দাখিল কৰে যদিও কোনো সন্ধান পোৱা নাই ভোলা হালদাৰ।
পিছত পৰিয়ালৰলোকে বিশিষ্ট সমাজ সেৱাক তথা অসম গণ পৰিষদৰ দলৰ ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি মিথুন ৰায়ৰ কাষ চাপে।
মিঠুন ৰায়ে এই দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ভোলা হালদাৰক উদ্ধাৰ বাবে প্ৰচেষ্টা বাবে বেংগালুৰুত লৈ যাব বুলি পৰিয়ালক আশ্বাস দিয়ে।

Leave A Reply

Your email address will not be published.