লখিমপুৰ আৰু মাজুলী দুয়োখন জিলাকে সুৰক্ষিত কৰিব বুলি আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীৰ

আজি অসমৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই বগীবিল দলঙৰ পৰা মাতমৰা (ঢকুৱাখনা)লৈ, বিশেষকৈ বান্দানাৰ পৰা বাঘচুকলৈকে প্ৰসাৰিত ব্ৰহ্মপুত্ৰৰ পাৰৰ মথাউৰি আৰু গঢ়াখহনীয়া পৰিদৰ্শন কৰে ৷ তেখেতে খহনীয়া প্ৰতিৰোধী কাৰ্যৰ বাবে ৯০ কোটি টকা ব্যয়সাপেক্ষ এটি আঁচনি কাৰ্যকৰীকৰণৰ আশ্বাস দিয়ে ৷

খহনীয়া প্ৰতিৰোধৰ বাবে এই পদক্ষেপে লখিমপুৰ আৰু মাজুলী দুয়োখন জিলাকে সুৰক্ষিত কৰিব বুলি আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment