Daily Time Axom

নাজিৰা,শিমলুগুৰি আৰু চূণপোৰাৰ বিভিন্ন স্থানত দিখৌ নদীৰ বানত শ শ পৰিয়াল আক্ৰান্ত

0 29

দিখৌ নৈৰ প্ৰবল বানপানীৰ ফলত নাজিৰা, শিমলুগুৰিৰ কেইবাখনো গাঁৱৰ শ শ পৰিয়াল আক্ৰান্ত হৈছে | ওপৰ নাজিৰা, দিখৌ পৰীয়া, তেতেলিগুৰি, লুঠুৰী গাঁও, লিকছন গাঁও, বালি গাঁও, মিছিং গাঁও, বাইলুং গাঁও, বগৰীগুৰি আদি অঞ্চলত প্ৰবল বানত হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে |

Leave A Reply

Your email address will not be published.