বেলশৰ সংমণ্ডলৰ অধীনস্থ পানী যোগান আঁচনিৰ ফোঁপোলা স্বৰূপ

আছে নল নাই জল!

নলবাৰী জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, বেলশৰ সংমণ্ডলৰ অধীনস্থ পানী যোগান আঁচনিৰ ফোঁপোলা স্বৰূপ!
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবড়ীস্থিত পানী যোগান আঁচনি বেছিভাগ সময় বিকল হৈ থকাৰ ফলত জীয়াতু ভুগিছে স্থানীয় বন্যাৰ্ত ৰাইজে!
বিভাগীয় বিষয়াক জনাইও সুফল লাভ কৰা নাই পানী যোগান আঁচনিৰ কামত নিয়োজিত জলমিত্ৰই! জল মিত্ৰৰ মাতৃৰ বিস্ফোৰণ!

AssamDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment