Daily Time Axom

সৰভোগত আকাশ সাহাৰ সত্যৰ প্ৰকাশ নামৰ গ্ৰন্থৰ প্ৰচাৰৰ বাবে স্থানীয়ভাৱে পুনৰ উন্মোচন

0 20

বৰপেটা জিলাৰ সৰভোগৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোঁসাই থানত সৰভোগৰ চকচকা বজাৰৰ যুৱক তথা নৱ-প্ৰজন্মৰ লিখক আকাশ সাহাৰ প্ৰথম প্ৰয়াস “সত্যৰ প্ৰকাশ” নামৰ গ্ৰন্থখন উন্মোচন কৰে,এই গ্ৰন্থখন অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত ভৱানন্দ পাঠকে গ্ৰন্থখন উন্মোচন কৰে,গ্ৰন্থখন উন্মোচনী সময়ত মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোঁসাই থানৰ পৰিচালনা সমিতিৰ সম্পাদক অমৰেন্দ্ৰ দাস,অসমৰ জনপ্ৰিয় কবি তথা বিশিষ্ট শিক্ষক কাব্যনীল,মাণিকপুৰৰ নিশান্ত বৰ্মন,My Abacus সৰভোগৰ পৰিচালক সঞ্জীৱ বৈশ্যৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে,এই গ্ৰন্থখন সৰভোগৰ Vibgyor প্ৰকাশ গোষ্ঠীয়ে প্ৰকাশ কৰিছে৷

Leave A Reply

Your email address will not be published.