⭕অসমীয়াই অসমীয়াৰ শত্ৰু
⭕শিৱসাগৰৰ মটক গোঁহাই গাঁৱত চাঞ্চল্য | পুখুৰীত বিহ দি দুস্কৃতিকাৰীয়ে নিধন কৰিলে অসংখ্য মাছ | দিগন্ত ফুকন নামৰ মৎস্য ব্যৱসায়ী গৰাকীৰ পুখুৰীত বিহ দিলে দুস্কৃতিকাৰীয়ে | ফলত পুঠি-খলিহনা, গৰৈ, বৰালী, বাহু আদি বিভিন্ন প্ৰজাতিৰ মাছ উপঙি পৰিছে | কোনে এই কাণ্ড কৰিলে সেয়া জানিব পৰা হোৱা নাই | যদিও দোষীক বিচাৰি কৰায়ত্ত কৰাৰ দাবী জনাইছে দিগন্ত ফুকনৰ লগতে স্থানীয় সেচেতন নাগৰিকে |