Daily Time Axom

উত্তৰ গুৱাহাটী মাজগাঁও পাৰঘাটত অঘটন

0 61

কামৰূপৰ উত্তৰ গুৱাহাটীৰ পাৰঘাটত ঘটিল অঘটন। জাহাজত উঠিবলৈ গৈ থিয় পথৰ পৰা পিছলি পৰিল যাত্ৰী । কথমপি প্ৰাণৰক্ষা বাইক আৰোহীৰ । বৰষুণ পৰি ঘাটটো পিছল হোৱা বাবে মাজগাঁও ঘাটৰ ফেৰী সেৱা স্থানান্তৰ । উত্তৰ গুৱাহাটী মধ্যমখণ্ড ঘাটলৈ ফেৰী সেৱা সাময়িকভাবে স্থানান্তৰ কৰিছে জল পৰিবহন বিভাগে । দুয়োটি ঘাটৰ সেৱা চলিছে আছে মধ্যমখণ্ড ঘাটত ।

Leave A Reply

Your email address will not be published.