Daily Time Axom

কেদাৰনাথত বৃহৎ দুৰ্ঘটনা, মন্দাকিনী পাৰত হেলিকপ্টাৰ দুৰ্ঘটনা

0 59

কেদাৰনাথত বৃহৎ দুৰ্ঘটনা। ক্ষতিগ্ৰস্ত হেলিকপ্টাৰখন মি-১৭ চপাৰৰ পৰা ফাটি যায়। শনিবাৰে পুৱা কেদাৰনাথ ধামত অৱতৰণ কৰাৰ সময়ত যান্ত্ৰিক সমস্যাৰ বাবে হেলিকপ্টাৰখন বিকল হৈ পৰে। উদ্ধাৰকাৰী মি-১৭ চপাৰেৰে ঘূৰাই পঠিওৱা হৈছিল। হঠাৎ লোহাৰ শিকলিডাল ভাঙি যায় ফলত ক্ষতিগ্ৰস্ত কপ্টাৰখন মন্দাকিনী নদীৰ পাৰত দুৰ্ঘটনাগ্ৰস্ত হয়। অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি জনা গৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে হেলিকপ্টাৰ ভঙা ভিডিঅ’।

Leave A Reply

Your email address will not be published.