Daily Time Axom

আই আই টি গুৱাহাটীত পুনৰ ছাত্ৰৰ আত্মহত্যা

0 64

আই আই টি গুৱাহাটীত পুনৰ ছাত্ৰৰ আত্মহত্যা ।

আই আই টি গুৱাহাটী শিক্ষাপ্ৰতিষ্ঠানখনৰ ব্ৰহ্মপুত্ৰ হোষ্টেলত সংঘটিত হৈছে এই ঘটনা ।
ছাত্ৰজন ভিমলেশ কুমাৰ ।


ভিমলেশৰ ঘৰ উত্তৰ প্ৰদেশত।
বি টেকৰ computer scienceৰ ছাত্ৰ ভিমলেশ।
যোৱা এমাহত আই আই টি গুৱাহাটীত দ্বিতীয়টো আত্মহত্যাৰ ঘটনা । – পঙ্কজ নাথৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.