মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী কেইটা হৈছে-
জাহানুৰ আলী, ঘৰ ধিঙৰ গায়ন গাঁও।
ফিৰদুছ আলী , ঘৰ ধিঙৰ লহকৰঘাট গাঁও।
ৱাকিবুৰ ৰহমান, ঘৰ ধিঙৰ লহকৰঘাট গাঁও।
হুছেইন জাহাংগিৰ আলী , ধিঙৰ লহকৰঘাট ।
আৰু আনজন হৈছে মৈৰাবাৰীৰ শগুনবাহী গাঁৱৰ বাবুল ইছলাম।
বৰ্তমানে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।