আমগুৰিৰ এক নং চিন্তামণি গড়ত উজনি অসম থলুৱা মুছলিম পৰিষদৰ মুকলি সভা

চিন্তামণি গড়ত আঞ্চলিক সমিতি গঠন কৰা উদ্দেশ্যেৰে অনুষ্ঠিত হয় এখন মুকলি সভা।উক্ত সভাত সভাপতি হিচাপে আজিদ আলী যুটীয়া সম্পাদক ভাইজান আলী আৰু ৰিয়াজ আলীকলৈ ৩১ জনীয়া চিন্তামণিগড় আঞ্চলিক সমিতি খন গঠন কৰা হয়।সভাৰ সভাপতিত্ব কৰে ফজিলত ৰহমানে।সভাত উজনি অসম থলুৱা মুছলিম পৰিষদৰ জিলা সমিতিৰ সভাপতি চৰিফউদ্দিন আহমেদ,যুটীয়া সম্পাদক মিনহাজ আহমেদ,সহকাৰী সম্পাদক গালিব মিৰ্জাউল আলী আৰু সাংগঠনিক সম্পাদক আকবৰ আহমেদ,আবিদ উল্লাহ উপস্থিত থাকে।

Comments (0)
Add Comment