ধিং সমষ্টিৰ অন্তৰ্গত ডুমডুমীয়াত ৰাইজৰ দলৰ বিশাল গন সমাবেশ

ৰাইজৰ দলৰ ৰাজনৈতিক ৰণডংকা আৰম্ভ।

ৰাইজৰ দলৰ ধিং সমিতিৰ উদ্যোগত ধিঙৰ ডুমডুমীয়াত গণ সমাবেশত অংশ ললে অখিল গগৈৰ লগতে যুৱ নেতা মেহেবুব মুক্তাৰ ।

ৰাইজৰ দলৰ দুগৰাকী নেতা অখিল গগৈ আৰু মেহেবুব মুক্তাৰে বিজেপি আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰে লগতে চাচা মামাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ বাবে ৰাইজক আহ্বান জনায় ।

আগন্তক ২০২৬ ৰ নিৰ্বাচনত ৰাইজৰ দল ক্ষমতালৈ আহিলে এখন নতুন অসম ৰাইজক উপহাৰ দিব বুলি অখিল গগৈয়ে ভাষন প্ৰসংগত উল্লেখ কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndia
Comments (0)
Add Comment