Daily Time Axom

১৫ নৱেম্বৰত চেৰী ব্লাছম উৎসৱত অংশগ্ৰহণ কৰিব উত্তৰ পূৰ্ব এলেকা উন্নয়ন ৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই

0 40

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৩ দিনীয়া ভ্ৰমণলৈ আহিব জোতিৰাদিত্য সিন্ধিয়া

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূৰ্ব উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম চিণ্ডিয়াই অহা ১৫ নৱেম্বৰৰ সন্ধিয়া মেঘালয়ৰ ৰি-ভয় জিলাত অনুষ্ঠিত হৈ থকা চেৰী ব্লাছম ফেষ্টিভেল ২০২৪ ত অংশগ্ৰহণ কৰিব । তিনি দিনীয়া কাৰ্য সূচীৰে উত্তৰ-পূবৰ অন্যান্য ৰাজ্য ভ্ৰমণৰ কৰিবলৈ আহি সিন্দিয়াই অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ’ব।সিন্ধিয়াৰ ১৫ নৱেম্বৰত আগৰতলাত অনুষ্ঠিত হোৱা জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰাৰ কথা আছে।

Leave A Reply

Your email address will not be published.