অধ্যয়নৰত উচ্চ শিক্ষিত যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঘৰুৱাবাহাৰ উচ্চ শিক্ষিত যুৱক হৰেকৃষ্ণ নাথৰ স্বাৱলম্বিতাৰ নিদৰ্শন!

মন কৰিলেই চন বাকৰি মাটিতো হয় ধন।
অধ্যয়নৰ সমান্তৰালকৈ ১৮ বিঘাৰ দুটাকৈ পুখুৰীত মীন পালন,পশুপালন আৰু কৃষি কৰ্মেৰে স্বাৱলম্বী ত্ৰৈলোক্য নাথ আৰু ৰিনা নাথৰ একমাত্ৰ পুত্ৰ সন্তান হৰেকৃষ্ণ নাথ।
ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকত অধ্যয়নৰত যুৱকজনৰ স্বাৱলম্বীতাই বহুজনক দেখুৱাইছে আদৰ্শ।

AssamAssamese NewsDaily time axomIndia
Comments (0)
Add Comment