ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰেছ ক্লাব অসমৰ শুভেচ্ছা

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই সন্ধিক্ষণত দেশ আৰু দহৰ বাবে বছৰটোৰ প্ৰতিটো দিনেই নিজৰ বিষয়ে কোনো ধৰনৰ চিন্তা নকৰি সমগ্ৰ জীৱনটো সৰ্বসাধাৰণৰ বাবে উৎসৰ্গিত কৰি জনতাৰ কণ্ঠ ৰূপে প্ৰতিটো ক্ষণতে অতন্দ্ৰ প্ৰহৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অসম তথা দেশৰ প্ৰতিগৰাকী ছপা, অনাতাঁৰ আৰু বৈদ্যুতিন মাধ্যমৰ সন্মানীয় সম্পাদক, সাংবাদিক, ফটো সাংবাদিক আৰু সংবাদকৰ্মী সকললৈ ভাৰত চৰকাৰৰ দ্বাৰা আজাদী কি অমৃত মহোৎসৱৰ সমাজ সেৱা বঁটাপ্ৰাপক, আন্তৰ্জাতিক খেলুৱৈ-সংগঠক তথা প্ৰেছ ক্লাব অসমৰ সভাপতি কৈলাশ শৰ্মা, কাৰ্যকৰী সভাপতি নৱ ঠাকুৰীয়া আৰু প্ৰেছ ক্লাব অসমৰ সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাই আন্তৰিক শুভেচ্ছা, শুভকামনা ও অভিনন্দন জ্ঞাপন কৰিছে।

AssamAssamese NewsDaily time axomGuwahatiIndia
Comments (0)
Add Comment