Daily Time Axom

সোনাপুৰত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু

0 6

ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তত অঘটন । উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তগর্ত সোনাপুৰত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু । উল্লেখ্য দৈয়াং নদীৰ পৰা শিল কঢ়িওৱা এখন ডাম্পাৰ মেৰামতি কৰিবলৈ লৈ ৪৪০ ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি চালকজনে শোকাৱহ ভাবে মৃত্যুক আঁকোৱালি লয় । বিদ্যুৎপৃষ্ট হৈ মৃত্যু মুখত পৰা ডাম্পাৰ চালকজনৰ নাম ভাৰ্গৱ গগৈ (৩০) । উক্ত দুৰ্ঘটনাত অন্য দুজনলোকো গুৰুতৰ ভাবে আহত গৈছে ।

সৰুপথাৰ ৰ পৰা অনুপ বৰা ৰিপৰ্ট।

Leave A Reply

Your email address will not be published.