Daily Time Axom

বড়ো সাহিত্য সভালৈ ৰাষ্ট্ৰপতিক আদৰিলে মুখ্যমন্ত্ৰীয়ে

0 16

তামোলপুৰত অনুষ্ঠিত বড়ো সাহিত্য সভালৈ আহিছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ ৷ বিমানৰ পৰা অৱৰোহণৰ পিছত আদৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে।

Leave A Reply

Your email address will not be published.