অজয় দেৱগনৰ পুত্ৰ বিয়া
অজয় দেৱগন আৰু তেওঁৰ পত্নী কাজল সদায় বলীউডৰ পৃথিৱীত চৰ্চাৰ কেন্দ্ৰত থাকে। অনুৰাগীৰ বাবে কৌতূহলৰ বিষয় তেওঁলোক । সেইকাৰণে বলীউডৰ এই তাৰকা দম্পতীয়ে সদায় শিৰোনাম দখল কৰে। অজয় দেৱগনৰ জীৱনত একো অভাৱ নাথাকিব নাই। এফালে তেওঁ বলীউডৰ কেৰিয়াৰত সফল আৰু আনহাতে তেওঁ কাজলৰ সৈতে এটা অতি সুখী জীৱন যাপন কৰি আছে। কিন্তু অজয় দেৱগণে অলপতে তেওঁৰ এজন পুত্ৰৰ বাবে পুনৰ চৰ্চালৈ আহিছে।
অজয় দেৱগনৰ পুত্ৰ এতিয়া সামাজিক মাধ্যমত বাতৰিলৈ আহিছে। তেওঁ অলপতে নিজতকৈ বহু সৰু ছোৱালী এজনীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে।

বাতৰিটো শুনি সকলো আচৰিত হৈছে। অজয়ৰ পুত্ৰই হঠাতে কিয় বিয়া কৰালে? কিন্তু ইয়াত অলপ পাক আছে। সকলোৱে ভাবে যে হয়তো অজয় দেৱগনৰ নিজৰ পুত্ৰ যুগ দেৱগনে বিয়া পতাতো সম্ভৱ জানো । কিন্তু ঠিক তেনে নহয়। তেন্তে অজয় দেৱগনৰ নাইচা আৰু যুগৰ বাহিৰে আন এটা পুত্ৰও আছে নেকি?
গোটেই ঘটনাটো জানিবলৈ আজি এই প্ৰতিবেদন সম্পূৰ্ণকৈ পঢ়ক।
দৰাচলতে অজয় দেৱগনৰ নিজৰ পুত্ৰ নহয় এইজন । ল’ৰাজনে আচলতে অজয় দেৱগনক পাপা বুলি অভিহিত কৰিছিল। আনকি বিয়া কৰা ছোৱালীজনীও অজয় দেৱগনৰ পৰিচিত। তেওঁ এগৰাকী অভিনেত্ৰী। স্পষ্টকৈ ক’বলৈ গ’লে, ল’ৰাটো হৈছে বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ “টাৰ্জান দ্য ৱাণ্ডাৰ কাৰ”ৰ বৎসল শেঠ।
‘টাৰ্জান, দ্য ৱাণ্ডাৰ কাৰ’ত মুখ্য চৰিত্ৰত বৎসল শেঠে অভিনয় কৰিছিল। অজয় দেৱগণে সেই চলচ্চিত্ৰখনত অভিনেতাজনৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছিল। সৰল ভাষাত, অজয় দেৱগনৰ অনস্ক্ৰীণ পুত্ৰই অলপতে বিবাহ পাশত আৱদ্ধ হৈছে। বৎসল ঈশিতাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে । অজয় দেৱগণেও তেওঁৰ অনস্ক্ৰীণ পুত্ৰক বিয়াৰ শুভেচ্ছা জনাইছে।