Daily Time Axom

প্ৰকৃতিৰ ৰুদ্ৰৰূপ ! বৰষুণ আৰু ভূমিস্খলনে বিধ্বস্ত কৰিলে হাফলং ৰে’ল ষ্টেচন ৷

0 12

প্ৰকৃতিৰ ৰুদ্ৰৰূপ ! বৰষুণ আৰু পাহাৰৰ খহনীয়াই বিধ্বস্ত কৰিলে হাফলং ৰে’ল ষ্টেচন ৷ দেশৰ ভিতৰতে এক সুন্দৰ ‘হিল ষ্টেচন’ হাফলঙৰ ৰে’লৱে ষ্টেচন ৷ প্ৰকৃতিৰ অপৰূপত মন্ত্ৰমুগ্ধ হৈ পৰে পৰ্যটক ৷ হাফলঙলৈ শেহতীয়াভাৱে দ্ৰুত হাৰত বৃদ্ধি পাইছিল পৰ্যটকৰ সংখ্যা ৷ এতিয়া প্ৰকৃতিৰ ৰোষত পৰিছে এইখন হাফলং ৷ বোকা-পানীৰ মাজত আৱদ্ধ ৰে’ল ৷ বোকাই পুতি পেলাইছে সমগ্ৰ ৰে’ল ষ্টেচন ৷

Leave A Reply

Your email address will not be published.