Daily Time Axom

আমাৰ নৱপ্ৰজন্মই জীৱনত এবাৰ হ’লেও জ্যোতিপ্ৰসাদৰ ‘পকী’ দৰ্শন কৰক: মুখ্যমন্ত্ৰী

0 17

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন নাটক ‘শোণিত কুঁৱৰী’ মঞ্চস্থৰ এশ বছৰ সম্পূৰ্ণ আৰু মহামানৱ মহাত্মা গান্ধীৰ ‘পকী’ দৰ্শনৰ এশ বছৰ পূৰ্ণ হোৱাৰ গৌৰৱময় ক্ষণত বৃহস্পতিবাৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতী (পকী) দৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইো৷
পকীত ৰূপকোঁৱৰলৈ শ্ৰদ্ধা জ্ঞাপন কৰি অসমীয়া নৱ প্ৰজন্মলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীজনে কয় যে-
আমাৰ নৱপ্ৰজন্মই জীৱনত এবাৰ হ’লেও ‘পকী’ দৰ্শন কৰা উচিত ।

Leave A Reply

Your email address will not be published.