Daily Time Axom

অচিৰেই বন্ধ হব দিল্লী আৰু মুম্বাইৰ মাজৰ ৰেলসেৱা আৰু বিমান সেৱা

0 7

ডিজিটেল ডেস্কঃ দিল্লীত পুনৰ ব্যাপক ৰূপ ধাৰণ কৰিছে কৰণা ভাইৰাচে। নতুন ক’ৰনাৰোগী সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। বিগত ২৪ ঘন্টাত প্ৰায় ৮০০০ লোকৰ দেহত ক’ৰনাভাইৰাচৰ উপস্থিতি পোৱাৰ লগতে ৫৮ জন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে।

শেষতীয়া খবৰ অনুসৰি এই মূহুৰ্তলৈকে দিল্লীত ৪৩ হাজাৰতকৈও অধিক কৰণাত আক্ৰান্ত হৈ আছে। মূহুৰ্তে মূহুৰ্তে দিল্লীত বৃদ্ধি পোৱা ক’ৰনা সংক্ৰমণ ৰোধলৈ চাই মহাৰাষ্ট্ৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সুত্ৰ অনুসৰি দিল্লী আৰু মুম্বাইৰ মাজত চলাচল কৰা ৰেল সেৱাৰ লগতে বিমান সেৱাও বন্ধ হব পাৰে।

Leave A Reply

Your email address will not be published.