Daily Time Axom

চাপৰৰ চাহ বাগিচাত গৌৰৱ কঢ়িয়াই আনিলে তিনি ফুটবল খেলুৱৈয়ে

0 7

চাপৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত তিনি খেলুৱৈক সম্বৰ্ধনা “আছা” তথা স্থানীয় ৰাইজৰ

ধুবুৰী জিলাৰ চাপৰ চাহ বাগিচা অঞ্চলৰ তিনি খেলুৱৈ ক্ৰমে আনন্দ ডেমতা,ডেভিদ লোহাৰ আৰু বাচিল কংগাদিয়ে মাজবাটৰ আনচুলাই একাডেমীৰ পৰা গোৱাত ১৫ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান ভাল কৰি শুনাম কঢ়িয়াই আনিলে এই তিনি খেলুৱৈয়ে। আজি এই তিনি খেলুৱৈ ক্ৰমে আনন্দ ডেমতা,ডেভিদ লোহাৰ আৰু বাচিল কংগাদি চাপৰ চাহ বাগিচাত উপস্থিত হোৱাত স্থানীয় ৰাইজ তথা “আছা”ৰ কৰ্মকৰ্তা সকলে আদিবাসী ঋতি-নিতিৰে উষ্ম আদৰণি জনাই আৰু লগতে এই তিনি খেলুৱৈৰ উজ্বল ভৱিষ্যত কামনা কৰে।

Leave A Reply

Your email address will not be published.