Daily Time Axom

নদুৱাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত তৃতীয় পালি বুষ্টাৰ ভেকচিন প্ৰদান

0 16

নদুৱাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত চতিয়া স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত ক’ভিডৰ তৃতীয়টো পালি বুষ্টাৰ ভেকচিন প্ৰদান কৰা হয় ৷ নদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ক’ভিড বুষ্টাৰ ড’জ গ্ৰহণ কৰে ৷ ইতিমধ্যে বিধায়কগৰাকীয়ে তৃতীয়টো পালি গ্ৰহণ কৰি যথেষ্ট উৎফুল্লিত আৰু সকলো ৰাইজকে অতি শীঘ্ৰেই তৃতীয় পালি লোৱাৰ আহ্বান জনায় ৷ আজি নদুৱাৰ ৰাজহ চক্ৰ বিষয়া সহিতে কৰ্মচাৰীসকলে সম্পন্ন কৰে ক’ভিডৰ তৃতীয়টো ড’জ ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.