Daily Time Axom

আজিৰ পৰা গুৱাহাটীত আৰম্ভ ১৩১ সংখ্যক ডুৰাণ্ড কাপ ফুটবল

23

নিউজ ডেস্ক, ১৭ আগষ্টঃ আজি গুৱাহাটীত অনুষ্ঠিত হ’ব ১৩১ সংখ্যক ডুৰাণ্ড কাপ ফুটবল টুৰ্নামেন্ট। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব ডুৰণ্ড কাপৰ উদ্বোধনী অনুষ্ঠান। বিয়লি ৫ বজাৰ পৰা উৰিষ্যা আৰু নৰ্থ-ইষ্ট এফ চিৰ মাজত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব। গুৱাহাটীত মুঠ ১০ খন খেল অনুষ্ঠিত হ’ব।

উল্লেখ্য যে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাই হ’ল ডুৰাণ্ড কাপ।

Comments are closed, but trackbacks and pingbacks are open.