নিউজ ডেস্ক, ২৯ আগষ্টঃ কলগাছিয়া আৰক্ষীৰ বৃহৎ সফলতা। ৩ লাখ ২৪ হাজাৰ নকল টকাৰ সৈতে এজনক গ্ৰেপ্তাৰ।
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খেল্লী গাঁৱৰ ৰাজু আহমেদক ৩ লাখ ২৪ হাজাৰ নকল টকাসহ গ্ৰেপ্তাৰ কৰে।
ৰাজু আহমেদৰ মতে, জনতা গাঁৱৰ ছাইফুদ্দিনে সৰকাৰৰ পৰা ৰেহাই মূল্যত পোৱা ৪খন টেক্টৰ কম দামত কিনাৰ বাবদ ৭ লক্ষাধিক টকা প্ৰদান কৰিছিল। টেক্টৰ যোগান ধৰিব নোৱাৰাত দুমাহ পূৰ্বে ৰাজু আহমেদক উক্ত ৩ লাখ ৪৮ হাজাৰ নকল টকা ঘূৰাই দিয়ে।
Comments are closed, but trackbacks and pingbacks are open.