Daily Time Axom

ৰাণীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ, ১জনক আটক

13

নিউজ ডেস্ক, ২ চেপ্তেম্বৰঃ কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা। কামৰূপৰ ৰাণীত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী জব্দ কৰে আৰক্ষীয়ে। শুকুৰবাৰে দিনৰ ভাগত জব্দ কৰা হয় বিস্ফোৰক সামগ্ৰীখিনি। ৰাণীৰ পৰা মেঘালয়লৈ নি থকা অৱস্থাত জব্দ কৰে এই সামগ্রীখিনি।জব্দ ২৮০০ জিলেটিন ষ্টিক, ১৫০০ ইলেকট্রনিক ডিট’নেটৰ। জব্দকৃত সামগ্রীসহ আটক কৰা হয় জেহৰুল ইছলাম নামৰ এজনক।

Comments are closed, but trackbacks and pingbacks are open.