Daily Time Axom

যোৰাবাটৰ ৰবৰ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড

27

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ যোৰাবাটৰ ১১ মাইলত ভয়ংকৰ অগ্নিকাণ্ড। ৰাবাৰ প্ৰস্তুত কৰা কাৰখানাত এই ভয়াৱহ অগ্নিকাণ্ড।

অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়। বৰ্তমানেও জানিব পৰা নাই জুইৰ সূত্ৰপাত্ৰৰ কাৰণ। মেঘালয়ৰ অগ্নিনিৰ্বাপক বাহিনীয়ে চেষ্টা কৰিছে জুই নিৰ্বাপনৰ।

Comments are closed, but trackbacks and pingbacks are open.