Daily Time Axom

হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন

64

নিউজ ডেস্ক, ২৯ চেপ্তেম্বৰঃ লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন। লংকাৰ ৭ নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হয় এই ঘটনা।

এজন স্কুটী আৰোহীয়ে লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশত অহা অৱস্থাত প্ৰত্যক্ষ কৰি খেদি-খেদি মাৰপিট কৰাৰ অভিযোগত নিলম্বন দুয়োকে।

এই সমগ্ৰ ঘটনা বন্দী হৈ ৰয় চিচি টিভি কেমেৰাত। পৰৱৰ্তী সময়ত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তিনিজন আঘাতপ্ৰাপ্ত লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Comments are closed, but trackbacks and pingbacks are open.