Daily Time Axom

পুনৰ পতন ভাৰতীয় টকাৰ মূল্য

31

নিউজ ডেস্ক, ৭ অক্টোবৰঃ *পুনৰ পতন ভাৰতীয় টকাৰ মূল্য

*প্ৰতি US ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৮২.২০ টকা হ’ল

*প্ৰথম বাৰৰ বাবে ভাৰতীয় টকাৰ মূল্য সৰ্বাধিক নিম্নমুখী হৈছে

Comments are closed, but trackbacks and pingbacks are open.