Daily Time Axom

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° অমল ৰাজখোৱাদেৱৰ দেহাৱসান

31

নিউজ ডেস্ক, ৭ অক্টোবৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° অমল ৰাজখোৱাদেৱৰ দেহাৱসান। যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ড০ অমল ৰাজখোৱা।

৩০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল সাহিত্যিক গৰাকীয়ে। সাহিত্যিকগৰাকীৰ মৃত্যুত অসম সাহিত্য সভাত শোকৰ ছাঁ পৰিছে।

Comments are closed, but trackbacks and pingbacks are open.