Daily Time Axom

কণমানি কণ্ঠশিল্পী জেচিম নয়ন বৰুৱাৰ কণ্ঠত “বেকা চাৱনিয়ে” গীত মুকলি ।

0 10

ডিজিটেল ডেস্কঃ ইংৰাজী নৱবৰ্ষৰ ২০২১ ৰ প্ৰাক মুহূৰ্তত বাঘজানৰ কণমানি কণ্ঠশিল্পী জেচিম নয়ন বৰুৱাৰ কণ্ঠত “বেকা চাৱনিয়ে” শীৰ্ষক আন এটি গীতৰ মুক্তি । গীতৰ কথাসুৰ কৰিছে দিলীপ মৰাণে আৰু সংগীত কৰিছে বিক্ৰম চাউৰকে ।

Leave A Reply

Your email address will not be published.