নিউজ ডেস্ক, ১৭ অক্টোবৰঃ আৰক্ষীৰ নিযুক্তি পৰীক্ষাত কম্পিউটাৰৰ ভুৱা প্ৰমাণ-পত্ৰ। প্ৰমাণ-পত্ৰ জমা দিয়া ১০০ প্ৰাৰ্থীক তলব CIDৰ। প্ৰমাণ-পত্ৰ জালিয়াতি কৰাৰ সন্দেহত CIDৰ এই তলব। ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত হৈছিল এই পৰীক্ষা। ৪১৪ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে উত্থাপিত হৈছিল অভিযোগ। AB আৰু UBৰ পৰীক্ষাত সংঘটিত হৈছিল এই জালিয়াতি। অচিৰেই বহু প্ৰাৰ্থীক গ্ৰেপ্তাৰৰ সম্ভাৱনা।
Comments are closed, but trackbacks and pingbacks are open.