Daily Time Axom

আজি কংগ্ৰেছে লাভ কৰিব নতুন সভাপতি, কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি?

34

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ আজি ভোটগণনা। নতুন দিল্লীৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে দলটোৰ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা সভাপতি নিৰ্বাচনৰ ভোটগণনা।

আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগণনা। উল্লেখ্য যে ১৭ অক্টোবৰত অনুষ্ঠিত হোৱা সভাপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মুঠ ভোটাৰ আছিল ৯৯০০ গৰাকী।

Comments are closed, but trackbacks and pingbacks are open.