নিউজ ডেস্ক, ২১ অক্টোবৰঃ GMCত বৃহৎ কেলেংকাৰী। কেলেংকাৰিত জড়িত ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ। CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে অভিযুক্তকেইজনক। বাবুলাল শৰ্মা, চিত্তৰঞ্জন দত্ত গগৈ, আছিফ আহমেদক, হিৰণ্য বৰ্মন, শংকৰ মেধি, অভিযন্তা সীমান্তজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযানত ৫ অভিযন্তা আৰু এজন OSDক গ্ৰেপ্তাৰ।
Comments are closed, but trackbacks and pingbacks are open.