Daily Time Axom

ACS বিষয়া কে কে শৰ্মাৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযানত ৫০ লাখ টকা উদ্ধাৰ

42

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ ACS বিষয়া কে কে শৰ্মাৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযান৷ ঘোচখোৰ বিষয়াজনৰ বাসগৃহত উদ্ধাৰ ৫০ লাখ টকা ।

বাসগৃহ চৌহদৰ পৰা জব্দ ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা উদ্ধাৰ কৰা হৈছে ৷ শুকুৰবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল অসম চৰকাৰৰ যুটীয়া সচিব শৰ্মা৷ ৯০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল বিষয়াজন৷ এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল এই উৎকোচ৷ বৰ্তমানেও অব্যাহত আছে দুৰ্নীতি নিবাৰকৰ অভিযান৷

Comments are closed, but trackbacks and pingbacks are open.