Daily Time Axom

ডিব্ৰুগড়ত আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত আটক ৯টাকৈ মাওবাদী

39

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ ডিব্ৰুগড়ত জালত পৰিল ৯টাকৈ মাওবাদী। আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত আটক হ’ল মাওবাদীকেইটা। ধৃত মাওবাদীকেইটা ক্ৰমে অজয় চাবাৰ, ভাৰত তাঁতী, অমিত মূঢ়া, অমিত সিং ৰাওটা, মোহন মূৰাৰী, অজিত ওৰাং, দীপেন মানকি, বিপুল তাঁতী আৰু মিণ্টু ভূমিজ।

Comments are closed, but trackbacks and pingbacks are open.