নিউজ ডেস্ক, ১৮ অক্টোবৰঃ দেশজুৰি অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইন্দোৰত উপস্থিত হয় কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। ইয়াৰ মাজতে কংগ্রেছ নেতা
ৰাহুল গান্ধীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। ভাৰত জোড়ো যাত্ৰাৰ মাজতে কংগ্ৰেছ নেতাজনক এই ভাবুকি। মধ্য প্ৰদেশৰ ইন্দোৰত প্ৰৱেশৰ পাছতে হত্যাৰ ভাবুকি। চিঠিযোগে ভাবুকি প্ৰদান কংগ্ৰেছ নেতাজনক।
ঘটনাৰ পাছতে তৎপৰ হৈ পৰিছে ইন্দোৰ আৰক্ষী। পত্ৰবাহকৰ সন্ধানত CCTVৰ ভিজুৱেল পৰীক্ষাত নামিছে আৰক্ষী।
Comments are closed, but trackbacks and pingbacks are open.