ৰূপহীহাটত ভয়ংকৰ ঘটনা। ৰূপহীহাটৰ ৰৌমাৰীত যাত্ৰীবাহী ট্ৰেইনৰ খুন্দাত মৃত্যু এজন অচিনাকী লোকৰ। পুৱা মৈৰাবাৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত কলংপাৰ এক্সপ্ৰেছ ট্ৰেইনৰ খুন্দাত মৃত্যু হয় লোকজনৰ। বৰ্তমানলৈকে মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।
ক্ষত-বিক্ষত অৱস্থাত ট্ৰেইনৰ ৰাস্তাৰ পৰা উদ্ধাৰ কৰে হয়বৰগাঁও ৰে’লৱে আৰক্ষীয়ে। মৃতদেহটো হয়বৰগাঁও ৰে’লৱে আৰক্ষীয়ে মৰোনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।
Comments are closed, but trackbacks and pingbacks are open.