মহানগৰীৰ নুনমাটিত দুৰ্ঘটনা, থিতাতে নিহত জিণ্টু থাপা নামৰ যুৱকজন Assam By dailytimeaxom Last updated Dec 7, 2022 40 Share নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ মহানগৰীৰ নুনমাটিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এজন যুৱকৰ। নিহত যুৱকজন খাৰঘূলি জয়পুৰৰ জিণ্টু থাপা। স্কুটীৰে আহি থকা অৱস্থাত প্ৰথমে বালিত পিছলি পৰে তাৰ পাছতে পিছফালৰ পৰা অহা বাহনে খুন্দিয়াই থৈ যায় যুৱকজনক। AccidentAssamDaily time axomDeathGuwahatiIndia 40 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail
Comments are closed, but trackbacks and pingbacks are open.