Daily Time Axom

মহানগৰীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড

33

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ মহানগৰীৰ ফটাশিল আমবাৰীত বিধ্বংসী অগ্নিকাণ্ড৷

ফটাশিল আমবাৰীৰ কামাখ্যাৰাম বৰুৱা মহাবিদ্যালয়ৰ পাছফালে থকা হৰিজন কলনিত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডটো |

প্ৰায় ১৫০ ত কৈও অধিক বাসগৃহ সম্পূৰ্ণভাৱে জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডটোত ৯ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে। অৱশ্যে অগ্নিকাণ্ডটোৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

Comments are closed, but trackbacks and pingbacks are open.