Daily Time Axom

আজি BTR চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি

33

নিউজ ডেস্ক, ২০ ডিচেম্বৰঃ আজি BTR চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি। বডোফা নগৰস্থিত BTR সচিবালয়ৰ পথাৰত বৰ্ষপূৰ্তি অনুষ্ঠান।বিটিআৰ চৰকাৰৰ উদ্যোগত চলিছে আয়োজন। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে বিটিআৰৰ সচিবালয়।

বি টি আৰ চৰকাৰৰ দুবছৰীয়া বৰ্ষপূতি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল জগদীশ মুখী আৰু বিশেষ অতিথি হিচাপে বিজেপিৰ কেন্দ্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাই অংশগ্ৰহণ কৰিব ৷

Comments are closed, but trackbacks and pingbacks are open.