নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ জনতাৰ মূৰত ৰামটাঙোন শোধাই ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল। চলিত মাহৰ পৰাই কাৰ্যকৰী হোৱাকৈ প্ৰতি ইউনিটত ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি। ৯ ডিচেম্বৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত।
যোৱা ২৫ নৱেম্বৰতো সিদ্ধান্ত লৈছিল ৭৯ পইচাকৈ বিদ্যুতৰ মাচুল বৃদ্ধিৰ। বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল যদিও এতিয়া সংগোপনে প্ৰতি ইউনিটত বৃদ্ধি কৰিছে ৩০ পইচাকৈ।
Comments are closed, but trackbacks and pingbacks are open.